পৃথিৱীত বহু হাজাৰ বিভিন্ন ধৰণৰ গছ লতা ঘাঁহ বন আছে যদিও , মাত্ৰ ৬০,০০০ প্ৰজাতি হে বিজ্ঞানী সকলে অতি কষ্টৰে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এই ষাঠি হাজাৰ প্ৰজাতিৰ ৫৮% মাত্ৰ তিনিখন দেখতেই পোৱা যায়। সেই দেশ কেইখন হ’ল ব্ৰাজিল, কলম্বিয়া আৰু ইণ্ডোনেছিয়া। আনহাতে চীন আৰু কিৰ্গীস্তানত এই গছৰ প্ৰজাতি সমূহ চিনাক্তকৰণত বিজ্ঞানী সকল ইমান বেছি কৃতকার্য হ’ব পৰা নাই। 2020 চনত বিজ্ঞানী সকলে আকৌ গছ চিনাক্তকৰণৰ বাবে কামত নিয়োজিত হ’ব।
There are million tree species on the Earth. But the Earth has (more than) 60,000 known tree species only.Nearly 58 percent of all tree species are single-country endemics that study found.
Brazil, Colombia and Indonesia have the highest 58% totals for endemic tree species, which makes sense given the overall biodiversity found in their native forests. “The countries with the most country-endemic tree species reflect broader plant diversity trends (Brazil, Australia, China) or islands where isolation has resulted in speciation (Madagascar, Papua New Guinea, Indonesia),” the study’s authors write.
Zygophyllum kaschgaricum, a rare and poorly understood tree native to China and Kyrgyzstan.
#savetrees #growmoretrees #LoveMytrees
Add Comment