পানীয়ে প্ৰাণীৰ প্ৰাণ

পানীয়ে প্ৰাণীৰ প্ৰাণ
পানীয়ে প্ৰাণীৰ প্ৰাণ

আজি বিশ্ব পানী দিৱস। এই দিৱসটোৰ প্ৰধান অৰ্থ হৈছে পানী কেনেকৈ বচাব পাৰি তাৰ বাবে চিন্তাৰ খোৰাক জাগোৱা। কৰ’না ভাইৰাছে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ লগে লগে পানীৰ মূল্যও বহু পৰিমানে বাঢ়ি গৈছে। মহানগৰ সমূহত পানীৰ অভাৱ বেছি হোৱা দেখা যায়। সেয়েহে চাবোন লগাই ২০ second হাত ঘঁহি থাকোতে যাতে আপুনি পানীৰ টেপটো বন্ধ কৰি ৰাখে। ২কৌটি মানুহে ২০ seconds ত বহু হাজাৰ গেলেন পানী বচাব পাৰিব। সেয়েহে আহক, আমি পানী বচাও আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিওঁ।

We all are aware about #COVID19 & washing our hands so frequently, washing clothes, utensils, wiping floors, washing cars etc. But we must care about the water we are using. When you are running your hands with soap for 20 seconds, please off the water tap.
#SaveWater #SavetheEarth 

Add Comment

Your email address will not be published. Required fields are marked *

Be informed!

Sign up for newsletter